শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

কামাখ্যা ধামত পৰিবেশ সজাগতাৰ উদ্দেশ্যে ভক্তৰ মাজত গছপুলি বিতৰণ…

148

ডিজিটেল সংবাদ, গুৱাহাটীঃ অম্বুবাচী মেলাত সমাগম ঘটিছে অগণন ভক্তৰ। ইফালে, পৰিবেশ সজাগতাক লৈ ভক্তৰ মাজত গছ পুলি বিতৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰে সুহান মল্লিক নামৰ কিশোৰগৰাকীয়ে। এহেজাৰ গছপুলি বিতৰণ কৰা ভক্তসকলৰ মাজত এই ব্যতিক্ৰমী কাৰ্য্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

ইফালে সোমবাৰৰ পৰা ৫দিন ধৰি এই গছ পুলি ভক্তসকলৰ মাজত বিতৰণ কৰিব বুলি উদ্যোক্তাই জনায়। গছ থাকিলেহে মানুহ থাকিব ইয়াকে লৈ ভক্তসকলৰ মাজত পৰিবেশ সজাগতাৰ বাবে প্ৰতিদিনে কামাখ্যা ধামৰ অম্বুবাচী মেলা লৈ মা কামাখ্যাৰ আৰ্শীবাদ ল’বলৈ অহা ভক্তই এই গছপুলি গ্ৰহণ কৰিবলৈ শিবিৰৰ কৰ্মচাৰীসকলে লগতে অনুৰোধ জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি