কাৰ স্বাৰ্থত কলিয়াবৰত প্ৰাৰ্থী নিদিয়ে আজমলে !

কাৰ স্বাৰ্থত কলিয়াবৰত প্ৰাৰ্থী নিদিয়ে আজমলে !
  • 'কলিয়াৰবত প্ৰাৰ্থী নিদিব পাৰে এ আই ইউ ডি এফে' – সংবাদমাধ্যমত এই কথা প্ৰকাশ দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ৷
  • কেন্দ্ৰত সাম্প্ৰদায়িক বি জে পি দলক ৰোধ কৰাৰ স্বাৰ্থত যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে এ আই ইউ ডি এফ ৷
  • 'হু ইজ বদৰুদ্দিন' বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে কোৱা সেই কথা গগৈ আৰু আজমলে কেতিয়াবাই পাহৰিলে বুলি মন্তব্য কৰি একমাত্ৰ টি আৰ পিৰ বাবে সংবাদমাধ্যমেহে সেইবোৰ উলিয়াই থাকে বুলি স্পষ্ট মন্তব্য বদৰুদ্দিন আজমলৰ ৷
  • সাম্প্ৰদায়িক শক্তিয়ে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰাৰ স্বাৰ্থত এ আই ইউ ডি এফ দলে কাম কৰি যোৱাৰ ঘোষণা আজমলৰ ৷
  • উল্লেখ্য যে বৰ্তমানলৈ মাত্ৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰিছে এ আই ইউ ডি এফে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in