কলিয়াবৰত চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

কলিয়াবৰত  চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
  • কলিয়াবৰৰ বুঢ়াপাহাৰত খালী চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়।
  • বুঢ়াপাহাৰৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় গাড়ীখন।
  •  গাড়ী খনৰ নম্বৰ ডব্লিউ বি ৩৯ বি ৮৯১০। 
  • পাঁচ শতাধিক খালী চিলিণ্ডাৰ আছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনত।
  • দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক জনৰ।
  • চামগুৰিৰ পৰা নুমলীগড়লৈ গৈ থকাৰ পথত সংঘটিত হয় এই দূৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in