বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়াসহ ১৯জনৰ দেহত কোভিড-১৯…
- বৰপেটাত আন এক কোভিড-১৯ৰ বৃহৎ সংক্ৰমণ৷
- একেদিনাই কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ ১৯ গৰাকী আৰক্ষীৰ লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।
- দেওবাৰৰ দিনটোতে বৰপেটাত মুঠ ২১ আৰক্ষী কোৰোনাত আক্ৰান্ত হৈছে৷