শেহতীয়া খবৰ
নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ...  •  ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...

কাছাৰত পুনৰ ১০জন কোৰোনাত আক্ৰান্ত…

178
  • কাছাৰত পুনৰ দহজন কোৰোনাত আক্ৰান্ত ৷
  • আটাইকেইজন বহিঃ ৰাজ্যৰ পৰা অহা ৷
  • এই দহ জনৰ মাজত দুজন বি এছ এফ জোৱানো আছে ৷
  • অন্য আঠ জন কাছাৰ জিলাৰ বিভিন্ন স্হানৰ ৷
  • আটাইকেইজনকে SMCH ত ভৰ্তি ৷
  • বিগত তিনি দিনত কাছাৰত ৩৯জন লোক কৰোনাত আক্ৰান্ত ৷
  • এতিয়ালৈ কাছাৰত কোৰোনাক্ৰান্তৰ সংখ্যা ১৬৬জনলৈ বৃদ্ধি পালে ৷
  • সুস্হ হয় ৯৮গৰাকীৰ বিপৰীতে চিকিৎসাধীন৬৭জন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি