কাছাৰত পুনৰ ১০জন কোৰোনাত আক্ৰান্ত…

কাছাৰত পুনৰ ১০জন কোৰোনাত আক্ৰান্ত…
  • কাছাৰত পুনৰ দহজন কোৰোনাত আক্ৰান্ত ৷
  • আটাইকেইজন বহিঃ ৰাজ্যৰ পৰা অহা ৷
  • এই দহ জনৰ মাজত দুজন বি এছ এফ জোৱানো আছে ৷
  • অন্য আঠ জন কাছাৰ জিলাৰ বিভিন্ন স্হানৰ ৷
  • আটাইকেইজনকে SMCH ত ভৰ্তি ৷
  • বিগত তিনি দিনত কাছাৰত ৩৯জন লোক কৰোনাত আক্ৰান্ত ৷
  • এতিয়ালৈ কাছাৰত কোৰোনাক্ৰান্তৰ সংখ্যা ১৬৬জনলৈ বৃদ্ধি পালে ৷
  • সুস্হ হয় ৯৮গৰাকীৰ বিপৰীতে চিকিৎসাধীন৬৭জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in