কাছাৰত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মাতৃ-কন্যাৰ, ঘটনাস্থলীত উত্তপ্ত পৰিস্থতি…

কাছাৰত ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল মাতৃ-কন্যাৰ, ঘটনাস্থলীত উত্তপ্ত পৰিস্থতি…
  • কাছাৰৰ কাবুগঞ্জত উত্তপ্ত পৰিস্থিতি ৷
  • এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্হিতি ৷
  • এখন ট্ৰাকৰ খুন্দাত নিহত মাক জীয়েক ৷
  • নিহত কনমাণি তানিয়া পাল ৷
  • নিহত মাতৃ পিংকী পাল ৷
  • স্কুললৈ গৈ থকা অৱস্হাত এখন ট্ৰাকে মহতিয়াই নিয়ে মাতৃ কন্যাক ৷
  • ট্ৰাকৰ চকাৰ তলত দুয়োজনীৰ মৃতদেহ লক্ষীচৰন হ্ইস্কুলৰ সন্মুখত এই ঘটনা ৷
  • ক্ষুদ্ধ ৰাইজে অন্য এখন ট্ৰাক জ্বলাই দিয়ে ৷
  • NL01AB- 3211 নম্বৰৰ মিজোৰাম অভিমুখী ট্ৰাকখনে মহতিয়াই নিয়ে মাতৃকন্যাক ৷
  • উত্তেজিত ৰাইজে MZ01S – 3032 নম্বৰৰ ট্ৰাক খন জ্বলাই দিয়ে ৷
  • ঘটনা স্হলীত বিশাল আৰক্ষী বাহিনী মোতায়েন ৷
  • মৃতদেহ লৈ শিলচৰ- আইজল 54 নম্বৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ ক্ষুদ্ধ ৰাইজৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in