মহানগৰীৰ কাছাৰীত ৰাজপথত বাগৰি পৰিল ৭ টাৰো অধিক বিদ্যুতৰ খুঁটা…

মহানগৰীৰ কাছাৰীত ৰাজপথত বাগৰি পৰিল ৭ টাৰো অধিক বিদ্যুতৰ খুঁটা…
  • মহানগৰীৰ কাছাৰীত ভয়ংকৰ ঘটনা।
  • ৰাজপথত বাগৰি পৰিছে ৭ টাৰো অধিক বিদ্যুতৰ খুটা।
  • নিশাৰ ভাগত সংঘটিত হৈছে এই অঘটন।
  • এডাল গছ বিদ্যুতৰ তাঁৰত বাগৰি পৰাৰ ফলতে এই অঘটন ৷
  • গুৱাহাটীৰ বৃহৎ এলেকা নিশাৰ ভাগৰে পৰা বঞ্চিত হৈছে বিদ্যুত সেৱাৰ পৰা।
  • কাছাৰী বাছ আস্থানতেই এই অঘটন ৷
  • ব্যাহত হৈছে টেলিকম সেৱা, বিদ্যুত সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in