তেলেংগানাত ভোট দিবলৈ গৈ ‘জ্বলা-কলা’ খালে জ্বালা গুট্টাই, ভোটাৰ তালিকাতেই নাহিল নাম

তেলেংগানাত ভোট দিবলৈ গৈ ‘জ্বলা-কলা’ খালে জ্বালা গুট্টাই, ভোটাৰ তালিকাতেই নাহিল নাম
  • তেলেংগানাত ভোট দিবলৈ গৈ বিমুখ হ'ল বেডমিন্টন খেলুৱৈ জ্বালা গুট্টা।
  • ভোটাৰ তালিকাত নাম নাহিল খেলুৱৈগৰাকীৰ।
  • ইয়াকে লৈ তীব্ৰ ক্ষোভ ব্যক্ত জ্বালাৰ।
  • এই সন্দৰ্ভত জ্বালা গুট্টাই কয়-
  • '২-৩ সপ্তাহৰ পূৰ্বে অনলাইনযোগে চাইছিলো মই নাম।'
  • 'মোৰ মা আৰু মোৰ নাম আছিল ভোটাৰ তালিকাত।'
  • 'মোৰ ভণ্টী আৰু দেউতাৰ নাম তাত নাছিল।'
  • 'সেয়েহে আজি ভোট দিবলৈ গৈছিলো মই।'
  • 'গৈহে গম পালো, ভোটাৰ তালিকাত নাই মোৰ নাম।'
  • 'এয়া কেনেকৈ সম্ভৱ মই বুজি পোৱা নাই।'
  • '১২ বছৰ ধৰি আছো মই ইয়াত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in