শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

তেলেংগানাত ভোট দিবলৈ গৈ ‘জ্বলা-কলা’ খালে জ্বালা গুট্টাই, ভোটাৰ তালিকাতেই নাহিল নাম

513
  • তেলেংগানাত ভোট দিবলৈ গৈ বিমুখ হ’ল বেডমিন্টন খেলুৱৈ জ্বালা গুট্টা।
  • ভোটাৰ তালিকাত নাম নাহিল খেলুৱৈগৰাকীৰ।
  • ইয়াকে লৈ তীব্ৰ ক্ষোভ ব্যক্ত জ্বালাৰ।
  • এই সন্দৰ্ভত জ্বালা গুট্টাই কয়-
  • ‘২-৩ সপ্তাহৰ পূৰ্বে অনলাইনযোগে চাইছিলো মই নাম।’
  • ‘মোৰ মা আৰু মোৰ নাম আছিল ভোটাৰ তালিকাত।’
  • ‘মোৰ ভণ্টী আৰু দেউতাৰ নাম তাত নাছিল।’
  • ‘সেয়েহে আজি ভোট দিবলৈ গৈছিলো মই।’
  • ‘গৈহে গম পালো, ভোটাৰ তালিকাত নাই মোৰ নাম।’
  • ‘এয়া কেনেকৈ সম্ভৱ মই বুজি পোৱা নাই।’
  • ‘১২ বছৰ ধৰি আছো মই ইয়াত।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি