জুনু শৰ্মা হত্যাকাণ্ডঃ আৰু এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

জুনু শৰ্মা হত্যাকাণ্ডঃ আৰু এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
  • জুনু শৰ্মা হত্যাকাণ্ডৰে জড়িত আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্টু আলী নামৰ এজন লোকক।
  • দদৰা ইছলামপুৰত ঘৰ মন্টু আলীৰ।
  • চাংসাৰী আৰক্ষী চকীত বৰ্তমান ৰখা হৈছে মন্টু আলীক।
  • ইয়াৰ পূর্বেও আৰক্ষীয়ে আটক কৰিছিল ৩ জন লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in