বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ তদন্ত অব্যাহত

বেংক বিষয়া জুনু শৰ্মা হত্যাকাণ্ডৰ তদন্ত অব্যাহত
  • বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ড প্ৰসংগ।
  • ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
  • বৃহস্পতিবাৰে গুলীচালনা কৰা গাড়ীখনত আৰক্ষীৰ অনুসন্ধান।
  • গাড়ীখনৰ ছীট খুলি ক্লু বিচাৰিছে আৰক্ষীয়ে।
  • ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই পৰীক্ষা কৰিছে গাড়ীখন।
  • বৰ্তমানেও কোনো তথ্য পোৱা নাই আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in