এইবাৰ কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন…

এইবাৰ কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন…
  • এইবাৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন কাশ্মীৰত।
  • নৌচেৰা চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ।
  • অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত।
  • ভাৰতীয় সেনাইও দিছে যোগ্য প্ৰত্যুত্তৰ।
  • কিছুসময় পূৰ্বে সেই স্থানত সংঘটিত হৈছিল এটা আই ই ডি বিস্ফোৰণ।
  • এল অ' চিৰ পৰা ডেৰ কিলোমিটাৰ ভিতৰত সংস্থাপন কৰা আই ই ডিটো নিষ্ক্ৰিয় কৰিবলৈ গৈ শ্বহীদ হৈছিল এগৰাকী সেনা বিষয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in