অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা…

অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা…

  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা।
  • সোমবাৰে প্ৰতিদ্বন্দ্বিতাহীন ভাৱেই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত হয় নড্ডা।
  • বিজেপিৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হৈছিল মনোনয়ন দাখিল পৰ্ব।
  • কিন্তু জে পি নড্ডাৰ বাহিৰে আন কোনোৱেও দাখিল নকৰিলে অধ্যক্ষ পদৰ বাবে মনোনয়ন।
  • উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰূপে অমিত শ্বাহৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষক লৈ চলিছিল জল্পনা কল্পনা।
  • ইফালে সোমবাৰে মনোনয়ন দাখিলৰ পূৰ্বেও দলে প্ৰায় নিশ্চিত কৰিছিল জে পি নড্ডাৰ নাম।
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাৰ পিছতে জে পি নড্ডাক অভিবাদন জনায় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্য শীৰ্ষ নেতৃত্বই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in