কোৰোনাত আক্ৰান্ত হৈ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ সাংবাদিক ৰুবুল দিহিঙীয়াৰ মৃত্যু…
  • কোভিডে প্ৰাণ কাঢ়িলে বোকাজানৰ সাংবাদ দাতাৰ।
  • বোকাজানৰ জ্যেষ্ঠ সাংবাদদাতা ৰুবুল দিহিঙীয়াৰ মৃত্যু।
  • কোভিডত আক্রান্ত হৈ গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী।
  • সাংবাদিক গৰাকীৰ হাওঁফাওঁৰ সম্পূৰ্ণ বিকল হৈ দেওবাৰে নিশা ১২.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।
  • সাংবাদিকৰ উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠিতত অগ্ৰণী ভূমিকা পালন কৰিছিল দিহিঙীয়াই।
  • ৰুবুল দিহিঙীয়াৰ মৃত্যুত গভীৰ শোকৰ ছাঁ সমগ্ৰ বোকাজান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in