জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ…

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ…
  • জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ।
  • ঘৰৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
  • পানীৰ মটৰৰ চুইচ দিবলৈ নিশা ওলাইছিল ঘৰৰ পৰা।
  • তাৰপাছতে নিখোজ হৈ আছিল সাংবাদিক গৰাকী।
  • নিয়মীয়া বাৰ্তা নামৰ কাকতখনৰ জ্যেষ্ঠ সাংবাদিক আছিল পূৰ্বজ্যোতি চুতীয়াা।
  • কেনেকৈ সাংবাদিকজনৰ মৃত্যু হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in