সাংবাদিক দিগন্ত ভূঞাৰ অকাল বিয়োগ…

সাংবাদিক দিগন্ত ভূঞাৰ অকাল বিয়োগ…
  • পুৱাই চামগুৰিত শোকৰ বন্যা।
  • সাংবাদিক দিগন্ত ভূঞাৰ অকাল বিয়োগ।
  • "নিউজ টাইম অসম"ত দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল সাংবাদিক গৰাকী।
  • সাংবাদিকজনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ।
  • সাংবাদিকগৰাকীৰ মৃত্যুত পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনি মেডিয়া এচ'ছিয়েশ্যন, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ"ছিয়েশ্যন, চামগুৰি প্ৰেছ ক্লাৱৰ, কলিয়াবৰ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in