প্ৰতীকি ফটো
প্ৰতীকি ফটো

যোৰহাটত বাঘৰ আক্ৰমণত আহত এজন

  • যোৰহাট জিলাৰ ন-আলি তিমতিমীয়াত বাঘৰ সন্ত্ৰাস।
  • দিন দুপৰতে বাঘৰ আক্ৰমণ যুৱকক।
  • গুৰুতৰভাৱে আহত এজন যুৱক।
  • আহত যুৱকজনৰ নাম বসন্ত বৰা।
  • চোতালত বহি থকাৰ সময়তে ৩০ বছৰ বয়সৰ যুৱকজনক আক্ৰমণ চলাই বাঘে।
  • তেনে সময়তে আক্ৰমণ কৰে বাঘে।
  • বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in