লকডাউনঃ গেলামাল দোকান খোলা ৰখাৰ সময় সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্তৰ নিৰ্দেশনা…

লকডাউনঃ গেলামাল দোকান খোলা ৰখাৰ সময় সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্তৰ নিৰ্দেশনা…
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গেলামাল দোকান খোলা আৰু বন্ধ কৰাক লৈ যোৰহাট জিলা উপায়ুক্তৰ নিৰ্দেশনা।
  • পাইকাৰী গেলামালৰ দোকান পুৱা ৮ বজাৰ পৰা দিনৰ ১১ বজালৈকে খুলিব পাৰিব।
  • খুচুৰা গেলামালৰ দোকান দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৫ বজালৈকে খুলিব পাৰিব।
  • বুধবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নিয়ম।
  • পৰৱৰ্তী নিৰ্দেশনা দিয়া পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি জনাই যোৰহাট জিলা উপায়ুক্তই।
  • আইন উলংঘা কৰা লোকক বিহা হ'ব কঠোৰ শাস্তি।
  • কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে যোৰহাট জিলাৰ প্ৰতিজন নাগৰিককে সজাগ হোৱাৰ আহ্বান জিলা উপায়ুক্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in