শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত বিশিষ্ট পৰমাণু বিজ্ঞানী ড০ শেখৰ বাসুৰ মৃত্যু..  •  ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...

যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪ চকীয়া বাহন, VIDEO

244
  • শুকুৰবাৰে পুৱতি নিশা যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত এখন ৪ চকীয়া বাহন।
  • তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাহনখন।
  • বাহন খনত যান্ত্ৰিক বিজুতি হোৱাৰ বাবে অগ্নিসংযোগ হোৱাৰ সন্দেহ।
  • যোৰাবাট যান বাহন আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণ ৰূপে জ্বলি যায় বাহন খন।
  • কোনো লোক হতাহত হোৱা নাই
  • ভস্মীভূত বাহনখনৰ নম্বৰ AS-O1-AW 8321
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি