শোকাৱহঃ যোৰাবাটত ভয়ংকৰ ভূমিস্খলনত শুই থকা অৱস্থাতে প্ৰাণ গ’ল দুজন যুৱকৰ…

শোকাৱহঃ যোৰাবাটত ভয়ংকৰ ভূমিস্খলনত শুই থকা অৱস্থাতে প্ৰাণ গ’ল দুজন যুৱকৰ…
  • যোৰাবাটৰ ১২মাইলৰ ভূমিস্খলনত দুজন যুৱকৰ কৰুণ মৃত্যু।
  • দেওবাৰে পুৱতি নিশা ৪বজাৰ এই ঘটনা সংঘটিত হৈছে।
  • জানিবপৰা মতে, নিশা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰ খহি ঘৰৰ পকী ৱাল ভাঙি দুজন যুৱকক হেচাঁ মাৰি ধৰে।
  • মৃত্যু হোৱা যুৱকজনৰ নাম বিলাস প্ৰধান আৰু মোহন গিমিৰে।
  • শুই থকা অৱস্থাতে দুজন যুৱকক হেচাঁ মাৰি ধৰে যদিও আন এজন যুৱক কথামপি প্ৰাণ ৰক্ষা পৰে
  • ঘটনা স্থলীত যোৰাবাট আৰক্ষী আৰু SDRF উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in