শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী এম্বুলেন্সৰ খুন্দা গছত

674
  • যোৰাবাটত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত এম্বুলেন্স।
  • এম্বুলেন্সখন তীব্ৰবেগত আছিল বুলি জানিব পৰা গৈছে।
  • যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়।
  • গছত খুন্দা মাৰে এম্বুলেন্সখনে।
  • দুৰ্ঘটনাৰ পিছতে গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে চালকজন।
  • বহুসময় ধৰি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চালকজনক।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে চালকজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি