যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী এম্বুলেন্সৰ খুন্দা গছত

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী এম্বুলেন্সৰ খুন্দা গছত
  • যোৰাবাটত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত এম্বুলেন্স।
  • এম্বুলেন্সখন তীব্ৰবেগত আছিল বুলি জানিব পৰা গৈছে।
  • যোৰাবাটৰ নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ সন্মুখত দুৰ্ঘটনাত পতিত হয়।
  • গছত খুন্দা মাৰে এম্বুলেন্সখনে।
  • দুৰ্ঘটনাৰ পিছতে গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে চালকজন।
  • বহুসময় ধৰি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চালকজনক।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে চালকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in