গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

  • গুৱাহাটীৰ জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ।
  • ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
  • কটকটীয়া নিৰাপত্তাৰ মাজতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এই প্ৰতিবাদ।
  • ক'লা পতাকা প্ৰদৰ্শন কৰি সংগঠনটোৱে সাব্যস্ত কৰিলে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in