জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩সন্ত্ৰাসবাদী…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জম্মু-কাশ্মীৰত শনিবাৰে পুৱাই সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • পুৱতি নিশা জাদৰা আৰু পুলৱামা অঞ্চলত এই সংঘৰ্ষ।
  • এই সংঘৰ্ষত নিহত হৈছে তিনিটাকৈ সন্ত্ৰাসবাদী।
  • গুৰুতৰভাৱে আহত হৈছে এগৰাকী সেনা জোৱান।
  • জোৱানজনক ভৰ্তি কৰা হৈছে চিকিতসালয়ত।
  • উল্লেখ্যে যে, সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in