শেহতীয়া খবৰ
অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ

বন্ধ হ’ব পাৰে জিঅ চিমকাৰ্ড!

9,318

ডিজিটেল ডেস্কঃবৰ্তমান দেশৰ প্ৰায় সংখ্যক লোকেই ব্যৱহাৰ কৰে জিঅ’। কিয়নো অন্য টেলিকম প্ৰতিষ্ঠান সমূহতকৈ জিঅ’ৱে কম মূল্যতে অধিক সেৱা প্ৰদান কৰি আহিছে। জিঅ’ৰ এই সুবিধাসমূহৰ বাবে বাকী টেলিকম প্ৰতিষ্ঠানসমূহৰ গ্ৰাহক দিনক দিনে হ্ৰাস পাই আহিছে। কিন্তু শেহতীয়া এক খবৰ অনুসৰি জিঅ’ৰ প্ৰায় বিলাক উপভোক্তাৰ সেৱা বন্ধ কৰি দিয়া হ’ব।

জিঅ’ৰ সেই সকল উপভোক্তাৰ সেৱা বন্ধ কৰা হ’ব যিসকলে চিৰ্মকাড কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিছিল। সুৰক্ষা সম্পকীয় দিশৰ পৰা জিঅ’ই এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। যদি এই নিয়ম প্ৰযোজ্য কৰা হয় তেন্তে দেশৰ বহুসংখ্যক লোকে লাভ কৰিব নোৱাৰিব জিঅ’ৰ সেৱা। কিন্তু এই সম্পৰ্কত জিঅ’ই আলোচনাত বহিছে চৰকাৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে। জিঅ’ৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অচিৰেই সমাধান কৰা হ’ব এই সমস্যা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি