বিশ্ব বেংকৰ দায়িত্বভাৰ এৰিব অধ্যক্ষ জিম ইয়ংকিমে

বিশ্ব বেংকৰ দায়িত্বভাৰ এৰিব অধ্যক্ষ জিম ইয়ংকিমে

ডিজিটেল ডেস্কঃ বিশ্ব বেংকৰ দায়িত্বভাৰ এৰিব অধ্যক্ষ জিম ইয়ংকিমে। অহা ১ ফেব্ৰুৱাৰীত দায়িত্বভাৰ এৰিব বিশ্ব বেংকৰ অধ্যক্ষ জিম ইয়ংকিমে। যোৱা সোমবাৰে হঠাৎ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে অধ্যক্ষগৰাকীয়ে।

২০২২ চনলৈকে কাৰ্যকাল থকা অধ্যক্ষগৰাকী যোৱা ৬ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল। অহা ১ ফেব্ৰুৱাৰীত জিম ইয়ংকিমে পদত্যাগ কৰাৰ পাছত বিশ্ব বেংকৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব বৰ্তমানৰ কাৰ্যবাহী সঞ্চালক ক্ৰিষ্টালিনা জিঅ'ৰগিয়েভাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in