শেহতীয়া খবৰ
অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি  •  নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

বিশ্ব বেংকৰ দায়িত্বভাৰ এৰিব অধ্যক্ষ জিম ইয়ংকিমে

148

ডিজিটেল ডেস্কঃ বিশ্ব বেংকৰ দায়িত্বভাৰ এৰিব অধ্যক্ষ জিম ইয়ংকিমে। অহা ১ ফেব্ৰুৱাৰীত দায়িত্বভাৰ এৰিব বিশ্ব বেংকৰ অধ্যক্ষ জিম ইয়ংকিমে। যোৱা সোমবাৰে হঠাৎ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে অধ্যক্ষগৰাকীয়ে।

২০২২ চনলৈকে কাৰ্যকাল থকা অধ্যক্ষগৰাকী যোৱা ৬ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল। অহা ১ ফেব্ৰুৱাৰীত জিম ইয়ংকিমে পদত্যাগ কৰাৰ পাছত বিশ্ব বেংকৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব বৰ্তমানৰ কাৰ্যবাহী সঞ্চালক ক্ৰিষ্টালিনা জিঅ’ৰগিয়েভাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি