শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

ঝাৰখণ্ডত উদ্ধাৰ দুটি শিশুৰ মুণ্ডহীন মৃতদেহ, নৰবলিৰ সন্দেহ আৰক্ষীৰ…

63

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত বৃহস্পতিবাৰে শিৰচ্ছেদ কৰা অৱস্থাত উদ্ধাৰ দুটা মৃতদেহ। ৰাজ্যখনৰ লাতেহাৰ জিলাত উদ্ধাৰ দুটি শিশুৰ মুণ্ডহীন মৃতদেহ। স্থানীয় লোকে মৃতদেহ দুটা প্ৰত্যক্ষ আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। আৰক্ষীয়ে শিশু দুটি বলি দিয়াৰ সন্দেহ ব্যক্ত কৰে।

ইফালে, মৃতদেহ দুটি ক্ৰমে নিৰ্মল অৰাও আৰু ছিলা কুমাৰীৰ বুলি চিনাক্ত কৰা হয়। ইফালে, স্থানীয় একাংশ ৰাইজে সুনীল অৰাও নামৰ এজন লোকক এই ঘটনাৰে জড়িত বুলি অভিযোগ কৰে। আৰক্ষীয়ে লগতে জনায় যে, উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। দোষীক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব। বৰ্তমান দেশত এনেদৰে প্ৰায়ে অন্ধবিশ্বাসৰ বলি হৈছে শিশুৰ পৰা বৃদ্ধলৈ। উল্লেখ্য যে, যোৱা ১৯ জুনত মহানগৰীৰ কামাখ্যা ধামতো উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি