ঝাৰখণ্ডত ৰে’লৱে লাইনৰ ক্ষতিসাধন মাওবাদীৰ

ঝাৰখণ্ডত ৰে’লৱে লাইনৰ ক্ষতিসাধন মাওবাদীৰ
  • ঝাৰখণ্ডত ৰে'লৱে লাইনৰ ক্ষতিসাধন মাওবাদীৰ।
  • গিৰিধত চৌধুৰীবন্ধ আৰু চেঙৰ' ৰে'লৱে ষ্টেচনৰ মাজত এই ঘটনা।
  • ৰে'ল লাইনৰ ক্ষতিসাধনৰ বাবে ৰে'ল চলাচলত অসুবিধা।
  • দিল্লী-গয়া-হাউৰাৰ মাজত ৰে'ল চলাচল ব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in