ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ
  • ঝাৰখণ্ডত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ জব্দ।
  • লাটেহাৰ-চাত্ৰা সীমান্তৱৰ্তী অঞ্চলৰ পৰা উদ্ধাৰ এই অস্ত্ৰ-শস্ত্ৰসমূহ।
  • চি আৰ পি এফ আৰু ঝাৰখণ্ড আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।
  • কোনো বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ ভাণ্ডাৰ বুলি সন্দেহ আৰক্ষীৰ।
  • অস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in