জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু…

জেদি(এছ)ৰ নেতা কে অমৰনাথ চেত্তীৰ ৮০ বছৰ বয়সত মৃত্যু…
  • জেদি(এছ)ৰ নেতা তথা প্ৰাক্তন শ্ৰম মন্ত্ৰী কে অমৰনাথ চেত্তী আৰু নাই।
  • সোমবাৰে পুৱা মাংগালুৰুৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ মৃত্যু হয়।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
  • দীৰ্ঘদিন ধৰি চেত্তী অসুস্থ হৈ আছিল।
  • ১৯৬৫ চনত তেওঁ ৰাজনীতিত যোগ দিছিল।
  • ১৯৮৩ চনত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
  • ১৯৮৭ আৰু ১৯৯৪ চনতো তেওঁ নিৰ্বাচিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in