জুৰীয়াৰ সৰবৰহী মহিলা জয়মতী বৰাৰ বিয়োগ

জুৰীয়াৰ সৰবৰহী মহিলা জয়মতী বৰাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণা মহিলা জয়মতী বৰাৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। বিগত কেবামাহো ধৰি দূৰাৰোগ্য ৰোগত ভূগি আছিল সৰবৰহী মহিলাগৰাকী৷

গুৰুজনাৰ একান্ত সেৱিকা আইমাতৃগৰাকীৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষৰ লগতে জুৰীয়া, বটদ্ৰৱা, ধিং, জাজৰি, বেবেজীয়া প্ৰেছ ক্লাৱে গভীৰ শোকৰ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in