মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজনিত দিছপুৰত নিৰ্বাচন নেখেলে জয়ন্ত দাসে…

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুজনিত দিছপুৰত নিৰ্বাচন নেখেলে জয়ন্ত দাসে…
  • দিছপুৰ সমষ্টিত নিদৰ্লীয়ভাৱে নিৰ্বাচনত অৱৰ্তীণ নহয় জয়ন্ত কুমাৰ দাস।
  • টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল বিজেপি নেতাগৰাকীয়ে।
  • কিন্তু শেহতীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই নিৰ্বাচন নেখেলাৰ কথা সদৰি কৰিছে দাসে।
  • দলৰ স্বাৰ্থতে নিৰ্বাচনত অৱৰ্তীণ নহয় বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিলে দাসে।
  • উল্লেখ্য যে, একাংশ সমৰ্থকে জয়ন্ত কুমাৰ দাসক নিৰ্দলীয়ভাৱে অতুল বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দাবী জনাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in