শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

কেজৰিৱালক সাক্ষাৎ কৰি বিজয়ৰ অভিনন্দন জনালে প্ৰখ্যাত সংগীতকাৰ জাভেদ আখতাৰে…

550
  • আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালক সাক্ষাৎ প্ৰখ্যাত সংগীতকাৰ জাভেদ আখতাৰৰ।
  • শুকুৰবাৰে কেজৰিৱালৰ বাসগৃহত সাক্ষাৎ কৰে জাভেদ আখতাৰে।
  • দিল্লীৰ বিধানসভাত আপৰ ঐতিহাসিক বিজয়ৰ বাবে জনায় অভিনন্দন।
  • এই সাক্ষাৎকালত উপস্থিত আছিল আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙো।
  • উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব অৰবিন্দ কেজৰিৱালে।
  • ৰামলীয়া ময়দানত অনুষ্ঠিত হ’ব শপত গ্ৰহণ সমাৰোহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি