কেজৰিৱালক সাক্ষাৎ কৰি বিজয়ৰ অভিনন্দন জনালে প্ৰখ্যাত সংগীতকাৰ জাভেদ আখতাৰে…

কেজৰিৱালক সাক্ষাৎ কৰি বিজয়ৰ অভিনন্দন জনালে প্ৰখ্যাত সংগীতকাৰ জাভেদ আখতাৰে…
  • আপৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালক সাক্ষাৎ প্ৰখ্যাত সংগীতকাৰ জাভেদ আখতাৰৰ।
  • শুকুৰবাৰে কেজৰিৱালৰ বাসগৃহত সাক্ষাৎ কৰে জাভেদ আখতাৰে।
  • দিল্লীৰ বিধানসভাত আপৰ ঐতিহাসিক বিজয়ৰ বাবে জনায় অভিনন্দন।
  • এই সাক্ষাৎকালত উপস্থিত আছিল আপৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙো।
  • উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব অৰবিন্দ কেজৰিৱালে।
  • ৰামলীয়া ময়দানত অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in