শেহতীয়া খবৰ
অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO  •  কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী  •  দিল্লীৰ হিংসাঃ দোকানলৈ গাখীৰ আনিবলৈ গৈছিল ছালমনীয়ে, দুৰ্বৃত্তই জ্বলাই দিয়া ঘৰৰ ভিতৰত সহায় বিচাৰি মাতৃয়ে হেৰুৱালে প্ৰাণ  •  ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই...

অ’ শ্যাম কলিয়া নহয়, অ’ শ্যাম নৱজ্যোতি কি সুৰ বজালি তই! VIDEO

453

ডিজিটেল ডেস্কঃ এটি শিশু। কণমানি শিশুটিৰ মন পৰশা বাঁহী বাদনে মন মোহিছে সকলোৰে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ’। শিশুটিয়ে বাঁহীত তোলা সুৰ শুনি মন্ত্ৰমুগ্ধ হ’ব আপুনিও।

পঞ্চম শ্ৰেণীৰ এই শিশুটিৰ ঘৰ যমুনামুখত। নাম নৱজ্যোতি লস্কৰ।বিদ্যালয়ৰ ভিতৰতে শিশুটিয়ে বজোৱা এই বাঁহীৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি