জম্মু-কাশ্মীৰত বৰফৰ বৰষুণ, চাওঁক মনমোহা VIDEO

জম্মু-কাশ্মীৰত বৰফৰ বৰষুণ, চাওঁক মনমোহা VIDEO

ডিজিটেল ডেস্কঃ বৰফৰ বৰষুণ এতিয়া জম্মু-কাশ্মীৰত। পুৱাই হোৱা এই তুষাৰপাতৰ ফলত ব্যাহত হৈছে স্বাভাৱিক জীৱন-যাত্ৰা। শ্ৰীনগৰত বৰফৰ বাবেই কেবাখনো বিমানৰ উৰণ আৰু অবতৰণ বাতিল কৰা হৈছে। ৰাজপথতো দেখা পোৱা গৈছে যান-বাহনৰ ভিৰ। দিনতেই লাইট জ্বলাবলগীয়া হৈছে চালকসকলে। ঘণ কুঁৱলীয়ে ঢাকি ধৰিছে আকাশ। চাওঁক জম্মু-কাশ্মীৰৰ তুষাৰপাতৰ এক মনমোহা ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in