শেহতীয়া খবৰ
ক্ষন্তেক সময় পিছতে ৰাজ্যসভাত কেবক লৈ ভোটগ্ৰহণ  •  নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক!  •  অসম আৰক্ষীৰ স্থায়ী সঞ্চালকপ্ৰধানৰূপে নিযুক্তি ভাস্কৰজ্যোতি মহন্তক....  •  অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ’ব কুল শইকীয়া...  •  অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...

শ্ৰীনগৰত বন্ধ ম’বাইল ইন্টাৰনেট সেৱা, ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা…

46
  • জম্মু-কাশ্মীৰতো সাজু কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।
  • ৰাজ্যখনৰ শ্ৰীনগৰত বন্ধ কৰা হৈছে ম’বাইল ইন্টাৰনেট সেৱা।
  • শ্ৰীনগৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

  • কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
  • শ্ৰীনগৰ আৰু উধমপুৰ সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কিছু সময় পাছতেই আৰম্ভ হ’ব ভোটগ্ৰহণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি