শ্ৰীনগৰত বন্ধ ম’বাইল ইন্টাৰনেট সেৱা, ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা…

শ্ৰীনগৰত বন্ধ ম’বাইল ইন্টাৰনেট সেৱা, ভোটগ্ৰহণ কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা…
  • জম্মু-কাশ্মীৰতো সাজু কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহ।
  • ৰাজ্যখনৰ শ্ৰীনগৰত বন্ধ কৰা হৈছে ম'বাইল ইন্টাৰনেট সেৱা।
  • শ্ৰীনগৰৰ লগতে কাষৰীয়া অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
  • কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
  • শ্ৰীনগৰ আৰু উধমপুৰ সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কিছু সময় পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in