আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন…

আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন…
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত।
  • জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত অব্যাহত আছে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান।
  • এলেকাটোত জেইছ-ই-মহম্মদৰ এটা কামাণ্ডাৰ।
  • লগতে আন দুটা সন্ত্ৰাসবাদী সদস্য আত্মগোপন কৰি থকাৰ সন্দেহ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in