জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী…

ফাইল ফটো
ফাইল ফটো
  • জম্মু-কাশ্মীৰৰ ছপোৰ অঞ্চলত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত।
  • উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদী জনৰ মৃতদেহ।
  • লগতে উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদীজনে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in