আকৌ পুলৱামা সদৃশ কাণ্ডৰ পৰা ৰক্ষা জম্মু-কাশ্মীৰ!

আকৌ পুলৱামা সদৃশ কাণ্ডৰ পৰা ৰক্ষা জম্মু-কাশ্মীৰ!
  • জম্মু-কাশ্মীৰত বিস্ফোৰণ।
  • বনিহালৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এই বিস্ফোৰণ।
  • এখন বাহনত হয় এই বিস্ফোৰণ।
  • আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাহনখনৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।
  • বিস্ফোৰণৰ সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত।
  • ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে উপস্থিত হৈছে সেনা বাহিনীৰ লোক।
  • আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।
  • হতাহত হোৱা নাই কোনো লোক।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে সেই পথেৰে পাৰ হৈ গৈছিল চি আৰ পি এফ কনভয়ৰ বাহন।
  • খবৰ অনুসৰি কনভয় বাহনো কিছুপৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।
  • অঞ্চলটোত সেনা বাহিনীৰ কটকটীয়া নিৰাপত্তা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in