শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

আকৌ পুলৱামা সদৃশ কাণ্ডৰ পৰা ৰক্ষা জম্মু-কাশ্মীৰ!

548
  • জম্মু-কাশ্মীৰত বিস্ফোৰণ।
  • বনিহালৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এই বিস্ফোৰণ।
  • এখন বাহনত হয় এই বিস্ফোৰণ।
  • আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাহনখনৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে।
  • বিস্ফোৰণৰ সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত।

  • ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ লগতে উপস্থিত হৈছে সেনা বাহিনীৰ লোক।
  • আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।
  • হতাহত হোৱা নাই কোনো লোক।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে সেই পথেৰে পাৰ হৈ গৈছিল চি আৰ পি এফ কনভয়ৰ বাহন।
  • খবৰ অনুসৰি কনভয় বাহনো কিছুপৰিমাণে ক্ষতিগ্ৰস্ত হৈছে।
  • অঞ্চলটোত সেনা বাহিনীৰ কটকটীয়া নিৰাপত্তা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি