শেহতীয়া খবৰ
কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লষ্কৰ ই তৈবাৰ কেডাৰ আচিফ…

479
  • জম্মু-কাশ্মীৰৰ চপোৰত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হল লষ্কৰ ই তৈবাৰ কেডাৰ আচিফ।
  • আৰক্ষীয়ে সদৰি কৰিছে এই কথা।
  • বুধবাৰে পুৱাৰে পৰা নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
  • আচিফে কিছুদিনৰ পূৰ্বে চপোৰৰ এটা পৰিয়ালৰ ওপৰত চলাইছিল গুলী।
  • গুলীবৰ্ষণৰ ফলত আহত হৈছিল পৰিয়ালটোৰ ৩ গৰাকী সদস্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি