জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লষ্কৰ ই তৈবাৰ কেডাৰ আচিফ…

ফাইল ফটো
ফাইল ফটো
  • জম্মু-কাশ্মীৰৰ চপোৰত নিৰাপত্তাৰক্ষীৰ গুলীত প্ৰাণ হল লষ্কৰ ই তৈবাৰ কেডাৰ আচিফ।
  • আৰক্ষীয়ে সদৰি কৰিছে এই কথা।
  • বুধবাৰে পুৱাৰে পৰা নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
  • আচিফে কিছুদিনৰ পূৰ্বে চপোৰৰ এটা পৰিয়ালৰ ওপৰত চলাইছিল গুলী।
  • গুলীবৰ্ষণৰ ফলত আহত হৈছিল পৰিয়ালটোৰ ৩ গৰাকী সদস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in