শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ…

35

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ তিনিজন নেতাই নিজৰ দলৰ মুৰব্বী মহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ হৈ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা নেতা কেইগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, মহবুবা মুফতীৰ মন্তব্যই তেওঁলোকৰ দেশভক্তিৰ ভাৱনাত আঘাত হানিছে।

উল্লেখ্য যে, টি এছ বাজৱা, বেদ মহাজন আৰু হুছেইন এ ৱফাই পদত্যাগ কৰিছে। পাৰ্টীটোৰ অধ্যক্ষ মহবুবা মুফতীক লিখা এক পত্ৰত তেওঁ লিখিছে- ‘তেওঁ কৰা কিছু কাৰ্য আৰু মন্তব্যৰ বাবে আমি অসহজ অনুভৱ কৰিছো। যি কথাই বা কামে দেশভক্তিৰ ভাৱনাত আঘাত পেলায়।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি