শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

জালুকবাৰীত জয়ী হিমন্ত বিশ্ব শৰ্মা, টুইটাৰযোগে ধন্যবাদ জ্ঞাপন সমষ্টিবাসীক…

1,411
  • জালুকবাৰী সমষ্টিত জয়ী হ’ল হিমন্ত বিশ্ব শৰ্মা।
  • ১০১৯১১ ভোটৰ ব্যৱধানত জয়ী হৈছে তেওঁ।
  • টুইটাৰযোগে খোদ এই কথা সদৰী কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • জালুকবাৰীবাসীক টুইটাৰত ধন্যবাদ জ্ঞাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
  • অৱশ্যে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি