জালুকবাৰীত জয়ী হিমন্ত বিশ্ব শৰ্মা, টুইটাৰযোগে ধন্যবাদ জ্ঞাপন সমষ্টিবাসীক…

জালুকবাৰীত জয়ী হিমন্ত বিশ্ব শৰ্মা, টুইটাৰযোগে ধন্যবাদ জ্ঞাপন সমষ্টিবাসীক…
  • জালুকবাৰী সমষ্টিত জয়ী হ'ল হিমন্ত বিশ্ব শৰ্মা।
  • ১০১৯১১ ভোটৰ ব্যৱধানত জয়ী হৈছে তেওঁ।
  • টুইটাৰযোগে খোদ এই কথা সদৰী কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • জালুকবাৰীবাসীক টুইটাৰত ধন্যবাদ জ্ঞাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
  • অৱশ্যে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in