শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান

একেলগে পাঞ্জাবাৰীৰ ঘৰটোত থাকে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নবী শইকীয়াঃ সংবাদমেলত আৰক্ষী আয়ুক্ত

1,354
  • বুধবাৰৰ বিস্ফোৰণৰ ঘটনাৰ প্ৰসংগত সংবাদমেল সম্বোধন মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
  • পাঞ্জাবাৰীৰ নামঘৰ ৰোডৰ মছজিদ গলিৰ ১০ নং ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান।
  • অভিযান চলোৱাৰ সময়ত বহুতো সা-সামগ্ৰী উদ্ধাৰ হোৱাৰ কথা প্ৰকাশ।
  • অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা ২০ কেজি বিস্ফোৰক পাউদাৰৰ লগতে এটা ৯ এম এম পিষ্টল আৰু ২৫ জাই সজীৱ গুলী আৰু গ্ৰেণেড প্ৰস্তুত কৰা মেচিন উদ্ধাৰ কৰা বুলি প্ৰকাশ।
  • একেলগে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নবী শইকীয়া আছিল ঘৰটোত।
  • বুধবাৰৰ ঘটনাৰ লগত সম্পূৰ্ণ ৰূপে জড়িত দুই আলফা সদস্য।
  • আৰক্ষীৰ হাতত সকলো তথ্য প্ৰমান আছে বুলি সংবাদমেলত প্ৰকাশ।
  • ইফালে পূৰ্বৰ পৰা কূটাঘাট কৰাৰ পৰিকল্পনাৰ কথাও ক’লে আৰক্ষীয়ে।
  • ১৯৮৬ চনত আলফাত প্ৰাণময় ৰাজগুৰুৱে যোগদান কৰাৰ কথা ক’লে আৰক্ষী আয়ুক্তই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি