একেলগে পাঞ্জাবাৰীৰ ঘৰটোত থাকে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নবী শইকীয়াঃ সংবাদমেলত আৰক্ষী আয়ুক্ত

একেলগে পাঞ্জাবাৰীৰ ঘৰটোত থাকে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নবী শইকীয়াঃ সংবাদমেলত আৰক্ষী আয়ুক্ত
  • বুধবাৰৰ বিস্ফোৰণৰ ঘটনাৰ প্ৰসংগত সংবাদমেল সম্বোধন মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।
  • পাঞ্জাবাৰীৰ নামঘৰ ৰোডৰ মছজিদ গলিৰ ১০ নং ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান।
  • অভিযান চলোৱাৰ সময়ত বহুতো সা-সামগ্ৰী উদ্ধাৰ হোৱাৰ কথা প্ৰকাশ।
  • অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা ২০ কেজি বিস্ফোৰক পাউদাৰৰ লগতে এটা ৯ এম এম পিষ্টল আৰু ২৫ জাই সজীৱ গুলী আৰু গ্ৰেণেড প্ৰস্তুত কৰা মেচিন উদ্ধাৰ কৰা বুলি প্ৰকাশ।
  • একেলগে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নবী শইকীয়া আছিল ঘৰটোত।
  • বুধবাৰৰ ঘটনাৰ লগত সম্পূৰ্ণ ৰূপে জড়িত দুই আলফা সদস্য।
  • আৰক্ষীৰ হাতত সকলো তথ্য প্ৰমান আছে বুলি সংবাদমেলত প্ৰকাশ।
  • ইফালে পূৰ্বৰ পৰা কূটাঘাট কৰাৰ পৰিকল্পনাৰ কথাও ক'লে আৰক্ষীয়ে।
  • ১৯৮৬ চনত আলফাত প্ৰাণময় ৰাজগুৰুৱে যোগদান কৰাৰ কথা ক'লে আৰক্ষী আয়ুক্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in