শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

ইটালীৰ ফুটবলাৰ পাৱল’ ৰোছীৰ দেহাৱসান…

294

ডিজিটেল ডেস্কঃ ইটালীৰ জনপ্ৰিয় ফুটবলাৰ পাৱল’ ৰোছী আৰু নাই। ১৯৮২ৰ ফুটবল বিশ্বকাপ জয়ী ইটালীৰ হৈ খেলা এই দিগ্বজ ফুটবলাৰগৰাকীয়ে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ছ’চিয়েল মিডিয়াত ৰোছীৰ পত্নী ফেডেৰিকা চেপেলিটীয়ে তেওঁৰ মৃত্যু হোৱা বুলি জনায়।

উল্লেখ্য যে, ১৯৮২চনৰ টুৰ্ণামেন্টত সৰ্বাধিক গ’ল কৰিছিল ৰোছীয়ে। মুঠ ৬টাকৈ গ’ল কৰিছিল তেওঁ। টুৰ্ণামেন্টৰ ফাইনেল মেচখনত ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত হৈছিল ব্ৰাজিল। আৰু হাতত ইটালীয়ে তুলি লৈছিল ৱ’ৰ্ল্ড কাপ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি