আয়কৰ বিভাগৰ তালাচীত জব্দ ৩৫.৩৪ কোটি টকা

আয়কৰ বিভাগৰ তালাচীত জব্দ ৩৫.৩৪ কোটি টকা
  • দিল্লীত আয়কৰ বিভাগে জব্দ কৰিলে বৃহৎ পৰিমানৰ ধন।
  • বৃহস্পতিবাৰে চান্দনী চ'কৰ ৭ টা ল'কাৰৰ পৰা ৪.৯৪ কোটি টকা জব্দ কৰে বিভাগটোৱে।
  • বৰ্তমানলৈ মুঠ ৩৫.৩৪ কোটি টকা জব্দ কৰা হৈছে।
  • অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in