কিছু সময় পাছতেই চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২…

কিছু সময় পাছতেই চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২…
  • আৰু কেইটামান মুহূৰ্তৰ পাছতেই ইতিহাস ৰচিব ভাৰতে।
  • কিছু সময় পাছতেই নিক্ষেপ কৰা হ'ব চন্দ্ৰযান-২।
  • সোমবাৰে পুৱতি নিশা ২.৫১ বজাত নিক্ষেপ কৰা হ'ব মহাকাশযানখন।
  • ইতিমধ্যে শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে।
  • চন্দ্ৰযান-১ অভিযানৰে অংশ চন্দ্ৰযান-২ মিছন।
  • এই অভিযানৰ লক্ষ্য হ'ল চন্দ্ৰৰ সৃষ্টি আৰু বিকাশৰ সন্দৰ্ভত অধিক অধ্যয়ন কৰা ।
  • ইছৰ'ৰ অধ্যক্ষ কে শিৱনে জনায় এই কথা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in