শেহতীয়া খবৰ
পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

কিছু সময় পাছতেই চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-২…

494
  • আৰু কেইটামান মুহূৰ্তৰ পাছতেই ইতিহাস ৰচিব ভাৰতে।
  • কিছু সময় পাছতেই নিক্ষেপ কৰা হ’ব চন্দ্ৰযান-২।
  • সোমবাৰে পুৱতি নিশা ২.৫১ বজাত নিক্ষেপ কৰা হ’ব মহাকাশযানখন।
  • ইতিমধ্যে শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰত বহু লোকৰ ভিৰ পৰিলক্ষিত হৈছে।
  • চন্দ্ৰযান-১ অভিযানৰে অংশ চন্দ্ৰযান-২ মিছন।
  • এই অভিযানৰ লক্ষ্য হ’ল চন্দ্ৰৰ সৃষ্টি আৰু বিকাশৰ সন্দৰ্ভত অধিক অধ্যয়ন কৰা ।
  • ইছৰ’ৰ অধ্যক্ষ কে শিৱনে জনায় এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি