দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

ডিজিটেল ডেস্কঃ বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন গ্ৰহৰ মেপিংৰ বাবে দেওবাৰে নিশা ১০ বাজি ৭ মিনিটত ISROয়ে প্ৰক্ষেপণ কৰিব 'পি এছ এল ভি-চি ৪২' ৰকেটৰ দ্বাৰা দুটাকৈ উপগ্ৰহ ।

চেন্নাইৰ পৰা প্ৰায় ১১০ কি:মি: নিলগত শ্ৰীকোটাস্থিত মহাকাশ কেন্দ্ৰৰ পৰা এই ৰকেটটো উৰা মাৰিব মহাকাশলৈ।নৌৱাচৰ আৰু এচ১-৪ নামৰ উপগ্ৰহ দুটাক লৈ মহাকাশলৈ উৰা মাৰিব পি এচ এল ভি-চি৪২।  প্ৰায় ৮০০ কি:গ্ৰা: ওজনৰ এই উপগ্ৰহ দুটা নিমাৰ্ণত 'চেটেলাইট টেকনলেজিজ লিমিটেড,বিট্ৰেইন'য়ে চোৱাচিতা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in