শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

দেওবাৰে ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’

143

ডিজিটেল ডেস্কঃ বানপানীৰ লগতে অন্যান্য প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন গ্ৰহৰ মেপিংৰ বাবে দেওবাৰে নিশা ১০ বাজি ৭ মিনিটত ISROয়ে প্ৰক্ষেপণ কৰিব ‘পি এছ এল ভি-চি ৪২’ ৰকেটৰ দ্বাৰা দুটাকৈ উপগ্ৰহ ।

চেন্নাইৰ পৰা প্ৰায় ১১০ কি:মি: নিলগত শ্ৰীকোটাস্থিত মহাকাশ কেন্দ্ৰৰ পৰা এই ৰকেটটো উৰা মাৰিব মহাকাশলৈ।নৌৱাচৰ আৰু এচ১-৪ নামৰ উপগ্ৰহ দুটাক লৈ মহাকাশলৈ উৰা মাৰিব পি এচ এল ভি-চি৪২।  প্ৰায় ৮০০ কি:গ্ৰা: ওজনৰ এই উপগ্ৰহ দুটা নিমাৰ্ণত ‘চেটেলাইট টেকনলেজিজ লিমিটেড,বিট্ৰেইন’য়ে চোৱাচিতা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি