শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

১৫ জুলাইত ইতিহাস ৰচিবলৈ সাজু চন্দ্ৰযান-২, PHOTO…

520

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১৫ জুলাইত এক ইতিহাসৰ সাক্ষী হ’ব সমগ্ৰ দেশবাসী। কিয়মনো সেইদিনাই মহাকাশলৈ উৰা মাৰিব চন্দ্ৰযান-২। ভাৰতীয় মহাকাশ অনুসন্ধানকাৰী সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰিছে এই তথ্য। লগতে চন্দ্ৰযান-২ৰ কিছু নিৰ্মান কৰি থকা কিছু দৃশ্যও ৱেবচাইটত আপোলোড কৰিছে।

 भारतीय अंतरिक्ष अनुसंधान संस्थान (इसरो) ने चंद्रयान-2 की लॉन्चिंग के लिए 15 जुलाई की तारीख निर्धारित कर दी है. इसरो ने चंद्रयान-2 की लॉन्चिंग से पहले की कुछ तस्वीरें अपनी वेबसाइट पर जारी की हैं. करीब 1000 करोड़ रुपये लागत के इस मिशन को जीएसएलवी एमके-3 रॉकेट से लॉन्च किया जाएगा.

প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰা হ’ব। চন্দ্ৰযান-২ ৰ সৈতে যাত্ৰা কৰিব ১৩ জন ভাৰতীয়। তেওলোকৰ সৈতে থাকিব নাছাৰ এজন প্ৰতিনিধি। এই চন্দ্ৰযানৰ মুঠ ওজন হ’ব ৩.৮ টন।

 एक बार जब चंद्रयान-2 चंद्रमा की बाहरी कक्षा में पहुंच जाएगा तो इसका विक्रम लैंडर चंद्रमा की सतह पर उतरेगा. ISRO इस तरह से पहली बार एक रोवर को चंद्रमा की सतह पर उतारने वाला है. इसे चंद्रमा के दक्षिणी ध्रुव पर उतारा जाएगा.

এই চন্দ্ৰযান যদি এবাৰ চন্দ্ৰপৃষ্ঠত দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব। এক তথ্য অনুসৰি ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই বহু কম খৰচতে এই প্ৰকল্পটোৰ কাম সমাপন কৰিছে। ইয়াৰ পূৰ্বে ১৯৬৯ চনত নাছাই চন্দ্ৰলৈ প্ৰেৰণ কৰা এপল’ মিছনত খৰছ হৈছিল প্ৰায় ২,৬২০ কোটি টকা।

 हमेशा की तरह इसरो के इस महत्वपूर्ण अभियान का बजट भी बहुत कम है. चंद्रयान-2 मिशन पर इसरो केवल 1,000 करोड़ रुपये खर्च कर रहा है. इसके हिसाब से बात करें तो नासा ने 1969 में जिस अपोलो मिशन को चांद पर भेजा था, उस पर भी उसने 2,620 करोड़ रुपये खर्च किए थे.
 ISRO के इतिहास में पहली बार, दो महिलाएं रितु कृधाल और एम वनिता क्रमश: प्रोजेक्ट की डायरेक्टर और मिशन की डायरेक्टर के तौर पर काम कर रही हैं. इसके अलावा चंद्रयान-2 के साथ जुड़े कुल वैज्ञानिकों में से 30% महिलाएं हैं
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি