ফলাফল ঘোষণাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ…

ফলাফল ঘোষণাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ…
  • লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাৰ পূৰ্বেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ।
  • ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নিতান্যাহুৱে টুইটযোগে অভিনন্দন জনায় মোডীক।
  • 'নৰেন্দ্ৰ মোডীৰ জয়ে ইজৰাইল আৰু ভাৰতৰ মাজৰ বন্ধুত্বক অধিক শক্তিশালী ৰূপ দিব।'
  • টুইটযোগে এই মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰী গৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in