আজি আই এছ এলত কলকাতা বনাম চেন্নাই

আজি আই এছ এলত কলকাতা বনাম চেন্নাই
  • আজি আই এছ এলত কলকাতাৰ মুখামুখি হ'ব চেন্নাই।
  • প্ৰথমখন খেলত কলকাতাই ২-১ গ'লত হৰুৱাইছিল চেন্নাইক।
  • খেলখন বিশেষ গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হ'ব দুয়োটা দলৰ বাবে।
  • 'দলৰ সকলো সদস্যই খেলপথাৰত কষ্ট কৰিছে কিন্তু সফলতা পোৱা নাই। আমি ৩ পইণ্টৰ বাবে যুজঁ দিম।'
  • খেলখন সন্দৰ্ভত এই মন্তব্য চেন্নায়েনৰ প্ৰশিক্ষক গ্ৰেগ'ৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in