এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক…

এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক…
  • এছ আই কেলেংকাৰী সন্দৰ্ভত যদি কোনো তথ্য আপোনাৰ সৈতে আছে তেনেহ'লে আৰক্ষীৰ সৈতে যোগাযোগৰ আহ্বান অসম আৰক্ষীৰ ।
  • সংবাদমেল যোগে এই আহ্বান জনায় ৰাজ্যৰ আইন শৃখলাৰ দায়িত্বত থকা এডিজিপি জি পি সিঙে ।
  • আৰক্ষীৰ তথ্য যোগান ধৰা সকলৰ গোপনে ৰখাৰ লগতে নিৰাপত্তা প্ৰদান কৰিব আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in