আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাক নিলম্বন…

আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাক নিলম্বন…
  • আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাক নিলম্বন।
  • তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে নিৰ্দেশনা।
  • গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বিদেশ ভ্রমণৰ অভিযোগ।
  • অসম আৰক্ষীত যোগদান কৰিছিল ১৯৯২চনত।
  • তেতিয়াৰে পৰা বহুবাৰ বিদেশ ভ্রমণৰ তথ্য পোহৰলৈ আহিছে।
  • বিনা অনুমতিত মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব আইপিএছ বিষয়াগৰাকীয়ে।
  • পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ডিজিপি কাৰ্যালয়ত সংলগ্ন থাকিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in